অসমীয়া বন দৰৱ icon

অসমীয়া বন দৰৱ

Tultul Kutum
Free
1,000+ downloads

About অসমীয়া বন দৰৱ

পৰম্পৰাগত চিকিৎসা পদ্ধতিত অসমে অতীতৰ পৰাই সুনাম অৰ্জন কৰিছিল। সকলো ৰোগৰ চিকিৎসা অসমত থলুৱা ভাৱে ঠাইতে আৰু থাউকতে পোৱা লতা, উদ্ভিদেৰে প্ৰস্তুত কৰা ঔষধেৰে কৰা হৈছিল। এনে চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ বাবে মধ্যযুগত বেজবৰুৱা নামৰ এটা চৰকাৰী পদবীৰ সৃষ্টি কৰা হৈছিল। গতিকে আমাৰ এনে আপুৰুগীয়া পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰৰ বাবেই এই এপ্লিকেশ্যনটো বনোৱা হৈছে। এপ্লিকেশ্যনটো ব্লগৰ সহায়ত চলোৱা হ'ব।

অসমীয়া বন দৰৱ Screenshots

More from Tultul Kutum