Class12- HS Biology E-Notebook icon

Class12- HS Biology E-Notebook

Assam Creation
Free
1,000+ downloads

About Class12- HS Biology E-Notebook

Class 12- AHSEC/HS 2nd Year Biology E-Notebook 2022-2023 is a 'Android App' here you can find class 12th Biology Textbook solutions of the Assam Higher Secondary Education Council (AHSEC). You Can Read this 'HS 2nd Year Biology E-Notebook' Completely Offline.

বিষয়বস্তুঃ ১। জীৱৰ প্ৰজনন, ২। সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন, ৩। মানৱ প্ৰজনন, ৪। জনন স্বাস্থ্য, ৫। বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ, ৬। বংশগতিৰ আণৱিক ভিত্তি, ৭। ক্ৰমবিকাশ, ৮। মানুহৰ স্বাস্থ্য আৰু ৰোগ, ৯। খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ, ১০। মানৱ কল্যাণত অণুজীৱ, ১১। জীৱ প্ৰযুক্তিবিদ্যা: নীতি আৰু পদ্ধতি, ১২। জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ, ১৩। জীৱ আৰু আবাদী, ১৪। পৰিস্থিতিতন্ত্ৰ, ১৫। জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ, ১৬। জীৱ সম্পদ, ১৭। পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

বিশেষ দ্ৰষ্টব্যঃ মানুহ মাত্ৰই ভুল। সেয়ে আমাৰও ভুল হ'ব পাৰে, এইটোৱে স্বাভাৱিক। যদি কিবা ভুল-ত্ৰুটি আপোনাৰ দৃষ্টি গোচৰ হয়, তেন্তে অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰি আমাক অৱগত কৰিব, যাতে আমি দ্ৰুত এই ভুলবোৰ শুধৰণি কৰি আন শিক্ষাৰ্থীসকলক ইয়াৰ পৰা বিৰত ৰাখিব পাৰো।

Developer Information:
Bellal Hossain Mondal, best known as Mr Alone, is an Indian Software Developer, working on android application development for a couple of years.

Notice: If something mistakes is your sight, please contact us and inform us, so that we can quickly correct these mistakes and keep other students from it. Email: support@bellalhossainmondal.com

Class12- HS Biology E-Notebook Screenshots